শিক্ষকতা জীৱন

 ১/      মই ১৯৯৩  চনৰ  ১১  মেই  মঙ্গল  বাৰে মোৰ  শিক্ষকতা  জীৱনৰ প্ৰথম  খোজ দিছিলো  । সেই দিনটোতে অসম  চৰকাৰৰ   তেজপুৰ   মহকুমাৰ  বিদ্যালয়  সমুহৰ উপ-পৰিৰ্দশক  মহোদয়ে  মোক সহকাৰী শিক্ষক পদত নিযুক্তি দিয়া নিযুক্তি পত্ৰৰে মোৰ প্ৰথম কৰ্মত যোগদান
কৰা হয় । মই যোগদান কৰা বিদ্যালয় খন হ'ল  দ,বেছেৰীয়া নিম্ন  বুনিয়াদী
বিদ্যালয়ত কৰ্ম জীৱনৰ প্ৰথম বিদ্যালয় খনৰ তদা-
-নিন্তন প্ৰধান শিক্ষক  মহোদয় শ্ৰীযুত যজ্ঞেশ্বৰ না-
-থ দেৱৰ অধীনত  ১০-৩৩ বজাত মই সহকাৰী শিক্ষক হিচাবে যোগদান কৰো । সেই  দিনৰ পৰা নিজ কাৰ্য  কৰি যোৱা হয়। বিভাগীয় ভাবে বদলিৰ
 নিৰ্দেশ আহিল যে মই চিলভাৰ  জুবিলী প্ৰাথমিক 
বিদ্যালয়ত যোগদান কৰিব লাগে । 
             গতিকে মই ১৯৯৭ চনৰ ২৩ জুন তাৰিখ সোমবাৰে দিনৰ ১০-৩০ বজাত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত তদানিন্তন প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত হেমধৰ পটঙ্গীয়া দেৱৰ অধিনত সহকাৰী শিক্ষক হিচাবে যোগদান কৰো ।                    মোৰ কৰ্ম জীৱনৰ বিভিন্ন  ঘটনা-পৰিঘটনা মাজেৰে আজিলৈকে চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত শিশু সকলৰ মাজত আনন্দদায়ক 
শিক্ষা , গুণগত শিক্ষা , মুল্য বোধৰ শিক্ষাৰে নিজ    কৰ্মত কৰ্মৰত হৈ আছো ।                                     
২/ শিক্ষা  - উচচতৰ মাধ্যমিক উত্তীৰ্ণ ।
                  ডি  এল এড ।
৩/ উদ্দেশ্য - নিয়োগৰ সুবিধাৰ বাবে পেশা হিচাপে                     ল'লো আৰু নিচালৈ পৰিৱৰ্তন হ'বলৈ                   চেষ্টা কৰিছো ।
 ৪/ প্ৰশিক্ষণ-ইত্যাদি - মই ২০০১ চনৰ পৰা ২০০৪
                                 চনলৈকে পদুম পুখুৰী মণ্ডল
                                 সমল কেন্দ্ৰৰ (C.R.C) ৰ  
                                 মণ্ডল সমল কেন্দ্ৰৰ                                               সমন্বয়ক হিচাপে কাম                                           কৰিছিলো ডি,পি,ই,পি                                   আৰু সবৰ্ব শিক্ষা আভিযান                                   মিচনৰ ।
৫/ চখ - চখ হ'ল স্বাধীন আৰু আনন্দ মনেৰে কাম               কৰা ।